rupaliparda.com
১৭ আগষ্টৰ পৰা আৰম্ভ হ'ব অভিনেতা বাহাৰুল ইছলামৰ দ্বাৰা অভিনয়ৰ শিক্ষাঃ | Rupaliparda.com
বিগত ৩০ বছৰ ধৰি অসমত প্ৰতিষ্ঠা লাভ কৰা এটি থিয়েটাৰ গোষ্ঠীৰ সৌজন্যত আৰম্ভ হোৱা নাটকত কৰা অভিনয়ৰ শিক্ষাৰ প্ৰতি আকৰ্ষিত হৈ পৰিছে বৰ্তমান নৱপ্ৰজন্মৰ একাংশ