rupaliparda.com
বিদিশা নয়ন ভূঞাৰ কন্ঠৰে নতুন গীত "ধিমি ধিমি জ্বলে"- | Rupaliparda.com
"জিঁয়া জিঁয়া" ৰ বহুল সফলতাৰ পিছত আকৌ এবাৰ এটি নতুন গীতৰ সৈতে আগবাঢ়িবলৈ সাজু হৈছে কন্ঠশিল্পী বিদিশা নয়ন ভূঞা। নিজ মাতৃৰ পৰা পোন প্ৰথমে গীত গাবলৈ অনুপ্ৰেৰণা লাভ