rupaliparda.com
আকৌ এটি পূৰণি কাহিনীক সংগীতৰেৰে ৰাইজৰ মাজলৈ অনা চেষ্টাঃ আহি আছে জয় বৰুৱাৰ "উষা-অনিৰুদ্ধ"- | Rupaliparda.com
"উষা-অনিৰুদ্ধ" ৰ কাহিনীক লৈ আহি আছে জনপ্ৰিয় কন্ঠশিল্পী জয় বৰুৱা। "তেজীমলা" ৰ বহুল জনপ্ৰিয়তাৰ পিছত এইবাৰ আকৌ পূৰণি কাহিনী এটিক সংগীতৰ আকাৰ দিয়াৰ চেষ্টা