rupaliparda.com
বিষ্ণুপ্ৰসাদ ৰাভালৈ তেওঁৰ গীতেৰেই শ্ৰদ্ধাঞ্জলি জ্ঞাপন একাংশ উদীয়মান শিল্পীৰঃ | Rupaliparda.com
কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা অসমৰ সমাজ জীৱনৰ এক অনন্য প্ৰতিভা। অসমৰ সংস্কৃতিৰ ভঁৰাল চহকী কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অন্যতম। অসমৰ কৃষ্টি-সংস্কৃতিক প্ৰতিষ্ঠা