rupaliparda.com
দেৱৰাজ বৰা ও ৰাকেশ ৰিয়ানে ৰাভা গীতেৰে ৰাভাদেৱেলৈ জনাইছে শ্ৰদ্ধাঞ্জলিঃ | Rupaliparda.com
আজি বিষ্ণু ৰাভা দিৱস। অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰা বিষ্ণুপ্ৰসাদ ৰাভালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰেই একোটি গীতৰ জৰিয়তে শিল্পীগৰাকীলৈ প্ৰণাম জনাইছে