rupaliparda.com
"গোলমাল এগেইন" ৰে শ্ৰীগণেশ ছবিগৃহৰ: | Rupaliparda.com
ৰিয়ালেন্স এন্টাৰটেইনমেন্টে এক টুইটৰ দ্বাৰা কয় যে, "কীৱীজ থিয়েটাৰত আকৌ এবাৰ উভতি আহিছে "গোলমাল এগেইন"; ক'ভিড ১৯ ৰ আতংকৰ পিছত দেখিবলৈ পোৱা ই হ'ব প্ৰথমখন ছবি।"