rupaliparda.com
জুবিন গাৰ্গৰ কন্ঠত পুনৰ বাৰ আপ্লুত অনুৰাগীঃ "অ জীৱন" ৰ সফলতা- | Rupaliparda.com
জুবিন গাৰ্গৰ যিকোনো খবৰে উৎসাহিত কৰে সমগ্ৰ জনসাধাৰণক। বিগত বহু দিনৰ অন্তত জুবিন গাৰ্গৰ কন্ঠৰে গীত শুনিবলৈ পাই দুগুণে উৎসাহী হৈ পৰিছে হাৰ্টথ্ৰৱ গৰাকীৰ অনুৰাগী।