rupaliparda.com
জুবলীৰ ভক্তিঃ "নম" ক পুনৰ ন-ৰূপত উপস্থাপন- | Rupaliparda.com
"লক-ডাউন" ত জুবলীৰ অনুৰাগীলৈ আন এক সুখবৰ। তেওঁৰ কন্ঠৰে পূৰ্বতে মুক্তি লাভ কৰা "নম" এলবামটোত অন্তৰ্ভূক্ত ১০ টা বৰগীতক পুনৰ বাৰ একত্ৰিত কৰি মুকলি কৰি দিছে