rupaliparda.com
"দৰ্শকে যদি বিচাৰে ছবি ক্ষেত্ৰৰ সমগ্ৰ পৰিস্থিতিৰ সাল-সলনি কৰি দিব পাৰে"- তাপসি পান্নু | Rupaliparda.com
বলীউডত ছবিৰ সলনি বৰ্তমান চৰ্চা চলিছে "নেপটিজিম" কেন্দ্ৰিক বিষয়ৰ। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত একমাত্ৰ এই বিষয়টোক লৈয়ে বিভিন্ন জনে পাতিছে কথা। এইবিষয়ে