rupaliparda.com
"একঘেয়ামীতা আমনি দায়ক; নতুনত্ব থাকিলে মই নিজকে আচলতে পৰীক্ষা কৰি চাই ভালপাওঁ"- জ্যোতিষ্মান কাশ্যপ | Rupaliparda.com
অসমীয়া অভিনয় ক্ষেত্ৰখনত অন্তৰ্ভূক্ত বিভিন্ন জন প্ৰতিভাই বহু দিশতে নিজৰ নাম উজ্বলাই ৰখা দেখিবলৈ পোৱা গৈছে। ঘৰুৱা দৰ্শকৰ সমুখত লাভ কৰা প্ৰশংসাৰ পিছত একাংশ