rupaliparda.com
"আমি যদিও "গান-বাজনা" বুলি কওঁ; কিন্তু ই পিছলৈ গৈ "বাজনা-গান" হে হৈ পৰে"- হিমাংশু প্ৰসাদ দাস | Rupaliparda.com
হিমাংশু প্ৰসাদ দাসৰ প্ৰত্যেকটো সৃষ্টিয়েই আচলতে আকৰ্ষণ কৰে দৰ্শক ও শ্ৰোতাক। "লক-ডাউন" ৰ এই সময়খিনিতেই তেওঁৰ বিভিন্ন কবিতা ও সংগীতে আকৰ্ষণ কৰিছে জনসাধাৰণক।