rupaliparda.com
কোনো যদি হৈছে আৱেগিক; কোনো হৈছে উদাসঃ"দিল বেছাৰা" ৰ ট্ৰেইলাৰে মুহিছে দৰ্শকক- | Rupaliparda.com
সুশান্ত সিং ৰাজপুতৰ শেষৰখন ছবি "দিল বেছাৰা" ট্ৰেইলাৰ ইতিমধ্যে মুকলি কৰি দিয়া হ'ল চচিয়েল মিডিয়াত। তেওঁৰ শেষৰখন ছবিক লৈ অপেক্ষাৰত হৈ আছিল তেওঁৰ অনুৰাগীৰ লগতে