rupaliparda.com
জানেনে? ৰণৱীৰ সিঙৰ সফলতাৰ আঁৰৰ ব্যক্তি আছিল ৰণৱীৰ কাপুৰ! | Rupaliparda.com
ৰণৱীৰ কাপুৰে জীৱনত যিমান ছবিত অভিনয় কৰিছে তাতকৈ অধিক ছবি তেওঁ নাকচ কৰিছে। তেওঁ যি সমূহ ছবি নাকচ কৰি পেলাইছিল তাৰেই অধিকাংশ ছবিয়ে বক্স অফিচত সফল হৈ পৰিছিল;