rupaliparda.com
ডিজিটেলী প্ৰতিবাদ আৰম্ভ কৰিছে মানস ৰৱীনেঃ | Rupaliparda.com
আকৌ এবাৰ দেশৰ বাবে একযোঁট হোৱাৰ চেষ্টা কৰিছে শিল্পী সমাজ। বিগত দিনত হোৱা বিতৰ্কিত "কা" আন্দোলনত শিল্পীৰ স্বদেশ-স্বজাতিৰ প্ৰতি থকা শ্ৰদ্ধা আমি দেখিবলৈ পাইছিলো।