rupaliparda.com
হেমা মালিনীৰ শাৰিৰীক অসুস্থতাৰ অপপ্ৰচাৰঃ অভিনেত্ৰীৰ স্পষ্টীকৰণ- | Rupaliparda.com
বচ্চন পৰিয়ালৰ দেহত "ক'ৰোণা" ৰ লক্ষণ পোৱা পিছতেই এতিয়া বলীউডত খলকনি লগা দেখিবলৈ পোৱা গৈছে। খলকনিৰ লগাৰ উপৰিও একাংশ ভূৱা বাতৰিৰো প্ৰচাৰ হৈছে বলীউড ক্ষেত্ৰখনত;