rupaliparda.com
" বহেমিয়ান ব্লুজে শ্ৰোতা-দৰ্শকৰ ৰুচিবোধৰ উত্তৰণৰ বাবে কাম কৰিব বিচাৰে"- মৃণাল পি জ্যোতি | Rupaliparda.com
সদ্যমুক্তিপ্ৰাপ্ত "ৰুমমেট" শীৰ্ষক এটি গীতে খলকনি লগাবলৈ সক্ষম হৈছিল চচিয়েল মিডিয়াত। গীতটিক শ্বেয়াৰ কৰিছিল বিভিন্নজনে; গীতটি ৰচনা আৰু মুক্তিৰ আঁৰত আছিল