rupaliparda.com
"লক-ডাউন" ৰ মাজতেই ইটোত পিছত সিটো গীতৰ মুক্তি ৰাকেশ ৰিয়ানৰঃ | Rupaliparda.com
আকৌ এটি নতুন গীতৰ মুক্তি ৰাকেশ ৰিয়ানৰ। "লক-ডাউন" ৰ সময়ছোৱাতে কেইবাটাও নতুন গীতক লৈ আগবাঢ়িছিল কন্ঠশিল্পী গৰাকী। এইবাৰ মুক্তি লাভ কৰিছে তেওঁৰ আন এটি গীত