rupaliparda.com
"… যদি পুংখানুপুংখতা নাথাকে তেতিয়াহ'লে এগৰাকী প্ৰযোজক হিচাপে তাত আমাৰ সন্তুষ্টি নাথাকে"- শ্যাম বৰা | Rupaliparda.com
এখন ছবি নিৰ্মাণৰ আঁৰত জড়িত হৈ থাকে বহু কেইজন ব্যক্তি। অভিনেতা-অভিনেত্ৰীৰ পৰা আৰম্ভ কৰি এখন ছবিৰ সফলতাৰ সৈতে জড়িত থাকে তাত উপস্থিত মেক-আপ অথবা কেমেৰা মেনলৈ