rupaliparda.com
"বাহুৱলী" ৰ কট্টাপ্পাৰ চৰিত্ৰটো পোন প্ৰথমে কাক দিয়া হৈছিল জানেনে? | Rupaliparda.com
অভিনেতা প্ৰভাস অভিনীত ছবি "বাহুৱলী" য়ে মুক্তিৰ পূৰ্বৰ পৰাই বৰ্তমানলৈ বহুল চৰ্চা লাভ কৰি আহিছে। ছবিখনৰ বক্স অফিচ কালেকচনৰ লগতে ইয়াৰ কাহিনী আছিল লেখত ল'বলগীয়া;