rupaliparda.com
"সস্তীয়া গীত সমূহৰ কাৰণে জনসাধাৰণে প্ৰতিজন নৱপ্ৰজন্মৰ সৃষ্টি একেই বুলি ভাৱিবলৈ লয়"- ৰণি ফাৰহাত | Rupaliparda.com
কম বয়সতে কিছুমান গুৰু-গম্ভীৰ দায়িত্ব লৈ আগবঢ়া বহু ব্যক্তি আমি দেখিছো। কোনোৱে হয়টো তেনেকৈয়ে আগবাঢ়ি আজি নিজ পৰিয়ালটো পোহপাল দি আছে আৰু কোনোৱে সফলতাৰ শিখৰলৈ এখোজ