rupaliparda.com
"কংগনা মহিলাসকলৰ ধৰ্মেন্দ্ৰ"- শত্ৰুঘ্ন সিনহা | Rupaliparda.com
অভিনেত্ৰী কংগনা ৰাণাওঁটৰ চৰ্চা বিগত বহু দিনৰ পৰা ৰাইজৰ মুখে মুখে শুনিবলৈ পোৱা গৈছে। চচিয়েল মিডিয়াত সক্ৰিয় এই অভিনেত্ৰী গৰাকী ভিন্ন জনক বাক্যবানো মাৰিছে।