rupaliparda.com
" প্ৰচেষ্টা এয়াই যে দৰ্শকৰ ওচৰত কোনো এটা বিষয়বস্তুৰ সঁচাটোৰ উপস্থাপন কৰা"- বেদব্ৰত বৰা | Rupaliparda.com
"ভালটো মই তোমাকে পাওঁ, But He is my Bestfriend" শীৰ্ষক এই সংলাপটো ছাগে আপোনালোক সকলোৰে মনত আছে; নহ'লে দুই এজনেটো হয়টো উক্ত সংলাপটো বহুতৰ সৈতে ব্যৱহাৰো কৰিছে।