rupaliparda.com
একাংশ অসমীয়া শিল্পীৰ অন্তৰ্ভূক্তিৰে প্ৰকল্প "এই সময়"- | Rupaliparda.com
কন্ঠশিল্পী দীক্ষু শৰ্মা আৰু বিজিয়েতা পাটগিৰীৰ যুঁটিটো সঁচাকৈ লেখত ল'বগীয়া। দুয়ো পতি-পত্নীৰ যুঁটীয়া প্ৰচেষ্টাৰে নিৰ্মিত অথবা মুক্তিপ্ৰাপ্ত একোটা গীতে ইতিমধ্যে