rupaliparda.com
"কভাৰ কুইন" ৰাজশ্ৰী শইকীয়াৰ কন্ঠৰে আহি আছে "তুমি আৰু মই"- | Rupaliparda.com
একাংশ গীতৰ কভাৰ প্ৰস্তুতিৰে অনুৰাগীক আকৰ্ষণ কৰা ৰাজশ্ৰী শইকীয়াৰ কন্ঠৰে আহিবলৈ সাজু হৈছে এটি গীত "তুমি আৰু মই"। সংগীত ক্ষেত্ৰখনত ধীৰে ধীৰে সফলতাৰ জখলা বগোৱা