rupaliparda.com
"গানত থকা কেৱলমাত্ৰ এটা উপাদানেৰে শ্ৰোতাক আকৰ্ষণ কৰিব নোৱাৰি"- ৰিতুপম লস্কৰ | Rupaliparda.com
"তুমি যেন জোনাকী" বুলি কৈ দিয়াৰ লগে লগে নৱপ্ৰজন্মৰ মাজৰে এগৰাকী কন্ঠশিল্পীৰ সেই বিশেষ গীতটি লৈ মনত পৰি যায়। নহয়নে? গীতটিয়ে বাৰুকৈয়ে আকৰ্ষণ কৰিছিল