rupaliparda.com
"তোমাৰ উশাহতে" এতিয়া বিলীন সংগীতপ্ৰেমী জনসাধাৰণঃ | Rupaliparda.com
নীল আকাশৰ এটি জনপ্ৰিয় গীত আৰু এজন অসমীয়া যুৱকৰ অভিনয় দিশত প্ৰথমটো খোজ। গীতটিয়ে সম্পূৰ্ণ এবছৰ অতিক্ৰম কৰিলেও বৰ্তমানলৈ গীতটিক লৈ আকৰ্ষিত অসমীয়া জনসাধাৰণ।