rupaliparda.com
পুনৰ ৰাষ্ট্ৰীয় ক্ষেত্ৰত জিলিকিছে হৰ্জিৎ দিয়াজঃ | Rupaliparda.com
আকৌ এবাৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিছে অসম সন্তান। কেইবাটাও নতুন প্ৰকল্পৰে ৰাজ্যৰ তথা ৰাষ্ট্ৰৰ জনসাধাৰণৰ কাষ চপা সংগীত পৰিচালক হৰ্জিৎ দিয়াজৰ আন এক সফলতা।