rupaliparda.com
"কাঞ্চনজংঘা" ৰ এবছৰঃ উৎসাহী অনুৰাগী- | Rupaliparda.com
বিগত বৰ্ষৰ জনপ্ৰিয় ছবি সমূহৰ মাজৰ এখন হৈছে "কাঞ্চনজংঘা"; জুবিন গাৰ্গৰ দ্বাৰা পৰিচালিত তথা মূখ্য চৰিত্ৰত অভিনীত এই ছবিখনৰ বস্ক অফিচ কালেকচন আছিল লেখত ল'বলগীয়া।