rupaliparda.com
"গীত এটিৰে জনসাধাৰণৰ কাষ চপা যিমান সহজ; সিমান কঠিনো"- পিংকুল আহমেদ | Rupaliparda.com
সংগীতৰ ন-ন সংস্কৰণে বৰ্তমান আকৰ্ষণ কৰিছে জনসাধাৰণক। বৰগীতৰ পৰা আৰম্ভ কৰি আমাৰ থলুৱা প্ৰতিটো সংগীতৰ সংস্কৰণক লৈ অসমীয়া শ্ৰোতাৰ বিশেষ মৰম আমি দেখিবলৈ পাওঁ।