rupaliparda.com
দীপিকা পাডুকনৰ "কোড ৱৰ্ড" হে আছিল "মাল"; ইয়াৰ অৰ্থ কি আছিল, জানক! | Rupaliparda.com
বলীউড ক্ষেত্ৰখন বৰ্তমান সময়ত বিভিন্ন খেলি-মেলিৰ সৈতে যুঁজি আছে। ইফালে য'ত নেপোটিজিমৰ বাবে বলীউডক বয়'কট কৰাৰ ঢৌ উঠিছে তাতেই আকৌ আনহাতে ড্ৰাগছ কেছত সাঙুৰ খাইছে