rupaliparda.com
সলনি হৈছে প্ৰকাশভংগী; কিন্তু একেই আছে "প্ৰেম"! ধাৰাবাহিকতা আঁতৰাই সৃষ্টি হৈছে ন-প্ৰকল্পৰঃ | Rupaliparda.com
বৰ্তমানৰ প্ৰেমত পূৰ্বৰ দৰে চিঠিৰ আদান-প্ৰদান নাই। এতিয়াৰ ভালপোৱাত আকাশৰ তলত বহি তাত অগণন তৰাৰ খেল চাই হাত ধৰা নহয়। তথাপিও, প্ৰেম সুন্দৰ; ই চিৰযুগমীয়া। প্ৰেম