rupaliparda.com
৪৪ বছৰ বয়সত কিয় ছাত্ৰৰ চৰিত্ৰ ৰূপায়ন কৰিছিল আমিৰ খানে? | Rupaliparda.com
"Mr. Perfectionist" ৰূপে খ্যাত অভিনেতা আমিৰ খান কেৱল মাত্ৰ নিজ চৰিত্ৰটো সুন্দৰ ৰূপত ৰূপায়ন কৰাই নহয়; ব্যক্তিগত জীৱনটো তেওঁৰ আদৰ্শই সকলোকে আপ্লুত কৰি ৰাখে।