rupaliparda.com
ৰাকেশ ৰিয়ানৰ আকৌ এটি গীতৰ প্ৰস্তুতিঃ অতিশীঘ্ৰে "তোমাৰেই নামত"- | Rupaliparda.com
"অ' মোৰে জান; কিয় কৰা অভিমান" শীৰ্ষক গীতটিৰ বহুল জনপ্ৰিয়তাৰ পিছত ৰাকেশ ৰিয়ানৰ আন এটি "তোমাৰেই নামত" শীৰ্ষক গীতটোৰ বাবে প্ৰস্তুত হৈ পৰিছে কন্ঠশিল্পী গৰাকী।