rupaliparda.com
বন্ধুলৈ উচৰ্গিত আশুতোষ মহাদেৱ ফুকনৰ "অ বন্ধু"- | Rupaliparda.com
জীৱনত একোজন বন্ধুৰ মহত্ব প্ৰত্যেকেই বুজে। আচলতে, কিছু এনেও বন্ধু আছে যাৰ বাবে জীৱনৰ বহু উচ্চাকাংক্ষাও সফল কৰিব পৰা যায়। কিন্তু, হঠাৎ যেতিয়া বন্ধুজন জীৱনৰ পৰা