rupaliparda.com
আহি আছে শ্বাহৰুখ খান; এইবাৰ ভিলেইন জন আব্ৰাহামঃ | Rupaliparda.com
শ্বাহৰুখ খানক আকৌ এবাৰ ডাঙৰ পৰ্দাত চাবলৈ বহু আশাৰে বাট চাই ৰৈছিল তেওঁৰ অনুৰাগী। এইবাৰ অনুৰাগীক আকৰ্ষণ কৰিবলৈ পূৰ্ণ প্ৰস্তুতিত নামি পৰিছে অভিনেতা গৰাকী।