Rupaliparda.com

|| ২৭ গাড়ী কঁপাহ আৰু কিছু কথা || –উৎপল মেনা

27 Wagons Full of Cotton –টেনেচি উইলিয়ামছৰ নাটক। অসমীয়া অনুবাদ: ২৭ গাড়ী কঁপাহ। মূল নাটক খন পঢ়া নাই, গতিকে নাজানিম– অনুবাদ কৰোতে, নাটক খনৰ অনুবাদক সুৰেশ কুমাৰে কিমান স্বাধীনতা লৈছে বা লোৱা নাই।...

লৰ্ড দাসৰ নতুন চিনেমা–উৎপল মেনা

৪ এপ্ৰিল। কালি উপস্থিত আছিলোঁ এখন অসমীয়া চিনেমাৰ শুভ মহুৰৎ অনুষ্ঠানত। পৰিচালক লৰ্ড দাসে আমন্ত্ৰণ কৰিছিল কেমেৰাৰ ছুইচ অন কৰিবলৈ। চিনেমা খনৰ পৰিচিলক গৰাকীয়ে আঁতধৰা অনুষ্ঠানটিত নাৰিকল ভাঙি মংগল কামনা কৰে সংগীত...

|| ইতি তোমাৰ: চিনে চৰ্চা || –উৎপল মেনা

“ইতি তোমাৰ” –এখন অসমীয়া চিনেমা। পাৰৱেজ আহমেদৰ প্ৰথম (পূৰ্ণদৈৰ্ঘ) পৰিচালনা। চিনেমা খন চোৱাৰ পাছতে (জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত। ২৩ মাৰ্চ ২০২৪।) আমি দৃশ্য মাধ্যমৰ এগৰাকী...

Editor’s pick

ধনাত্মক বাৰ্তাৰে "ছিৰাজ" (১৯৮৮) 22

ধনাত্মক বাৰ্তাৰে “ছিৰাজ” (১৯৮৮)

ড° ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত ১৯৮৮ চনত মুক্তিপ্ৰাপ্ত চিনেমা “ছিৰাজে” তাহানিৰ দিনৰ পৰা বৰ্তমান পৰ্যন্ত দৰ্শকৰ সমাদৰ লাভ কৰি আহিছে। ৰমন.বি.মেহতাৰ দ্বাৰা প্ৰযোজিত চিনেমাখনৰ গীতত বলীউড অথবা সমগ্ৰ বিশ্বতে...

বহু প্ৰশংসাৰে সৈতে মঞ্জু বৰাৰ “কঃয়াদ-এ চাইলেন্ট ৱে”

২০১৪ চনত মঞ্জু বৰাৰ দ্বাৰা পৰিচালিত তথা প্ৰযোজিত মিচিং ভাষাত নিৰ্মিত এখন ছবি হৈছে “কঃয়াদ-এ চাইলেন্ট ৱে”। প্ৰায় ২৫ দিনযোৰা চলা ছবিখনৰ চিত্ৰগ্ৰহণ সম্পন্ন হৈছিল দিছাংমুখৰ মনোমোহা প্ৰকৃতিৰ মাজত। অসমৰ সৰু মিচিং...

৭০ দশকৰ এজন অন্যতম পৰিচালকঃ অতুল বৰদলৈ-

১৯৭৮ চনত মুক্তিপ্ৰাপ্ত এখন বলিষ্ঠ ছবি হৈছে “কল্লোল”। ছবিখনে সেইটো সময়ত কোনো ধৰণৰ সফলতা লাভ কৰা নাছিল যদিও ই প্ৰত্যেকজন চলচিত্ৰ প্ৰেমীৰ হৃদয়ত চিত্ৰিত। আছলতে, ছবিখনৰ আঁৰত থকা সেই বিশেষ লোক জনো আছিল সেইটো সময়ৰ...

This week’s hottest

Wide Angle

|| ৱাইড এংগল ||–উৎপল মেনা

  “ৱাইড এংগল” — চালোঁ। জয়ন্ত নাথৰ পৰিচালনা। ড৹ নগেন শইকীয়াৰ গল্প “ষ্টাফ ৰিপ’ৰ্টাৰৰ ছবি”ৰ আধাৰত পংকজজ্যোতি ভূঞাই ৰচনা কৰিছে চিনেমা খনৰ চিত্ৰনাট্য। ৰূপালী গল্পটোৰ কাহিনীৰ প্ৰথম বিন্দু...

দ্য লাষ্ট অ’নাৰ - এক অন্য জীৱনৰ উপস্থাপন 36

দ্য লাষ্ট অ’নাৰ – এক অন্য জীৱনৰ উপস্থাপন

“দীর্ঘদিন ধৰি কেতিয়াবা কষ্টিউম ডিজাইনাৰ হিচাপে, কেতিয়াবা মুখ্য সহকাৰী পৰিচালক হিচাপে আৰু কেতিয়াবা প্ৰযোজক হিচাপে অসমীয়া চলচিত্ৰৰ সৈতে জড়িত হৈ আছিলোঁ। প্রথমবাৰৰ বাবে নিজাকৈ এখন চলচিত্ৰ পৰিচালনা কৰাৰ পাছত সেইখন চলচ্চিত্রই...

Latest articles