rupaliparda.com
কৰণ জহৰৰ পাৰ্টী আছিল "ড্ৰাগছ মুক্ত"; ঘোষণা তদন্তকাৰী বিষয়াৰঃ | Rupaliparda.com
বলীউড ক্ষেত্ৰখনত সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত সক্ৰিয় হৈ পৰিছে ড্ৰাগছৰ বিষয়টো। সমগ্ৰ ঘটনাটো সন্দৰ্ভত আচলতে নামো সাঙুৰ খাইছিল বিভিন্ন জনপ্ৰিয় তাৰকাৰ।