rupaliparda.com
পৰিৱৰ্তন বিচাৰি হাবাথুৰি খোৱা সময়তে আহি ওলাল "দা পৰিৱৰ্তন চং"- | Rupaliparda.com
"দা পৰিৱৰ্তন চং" য়েও এনেবোৰ কথাকেই সাঙুৰি লোৱাৰ চেষ্টা কৰিছে। গীতটিত কথা স্বপ্ন জ্যোতি ঠেঙ্গালৰ লগতে গীতটিত কন্ঠদান কৰাৰ উপৰিও পৰিচালনা কৰিছে অংশুমান বৰুৱাই।