rupaliparda.com
মানস বৰুৱা আৰু Zeal Creation ৰ প্ৰকল্প "যাত্ৰা… এখন ছবিৰ" শুভাৰম্ভঃ অতিশীঘ্ৰে দৰ্শকৰ মাজলৈ- | Rupaliparda.com
"লক-ডাউন" ৰ মাজতেই পৰিকল্পিত এটি প্ৰকল্প; অসমীয়া ছবি জগতৰ নক্ষত্ৰ তথা পৰিচালক মুনীন বৰুৱাৰ পুত্ৰ মানস বৰুৱাৰ আৰু Zeal Creation ৰ যুঁটীয়া প্ৰচেষ্টাৰে নিৰ্মিত