rupaliparda.com
পিংকল প্ৰত্যুষ আৰু সুৰভী দাসৰ ন-যুঁটিৰে "তোমাৰ বাবে"- | Rupaliparda.com
Anamika Films ৰ বেনাৰত চুটি ছবিখনৰ পৰিচালনা, চিত্ৰনাট্য আৰু সংলাপ কিশোৰ বৰুৱাৰ। কাহিনী পিংকল প্ৰত্যুষৰ লগতে ইয়াত অভিনয় কৰিছে পিংকল প্ৰত্যুষ আৰু সুৰভী দাসে।