rupaliparda.com
শ্বাহৰুখ খানৰ নামেৰে অনুৰাগীয়ে চন্দ্ৰত কিনে মাটিঃ | Rupaliparda.com
শেহতীয়াকৈ শ্বাহৰুখ খানে সম্পূৰ্ণ কৰিলে নিজৰ ৫৫ টা বৰ্ষ। কেইবাখনো জনপ্ৰিয় ছবিৰ উপহাৰ অনুৰাগীক প্ৰদান কৰা শ্বাহৰুখ খানৰ জন্মদিনটো প্ৰত্যেকৰে বাবে গুৰুত্বপূৰ্ণ