rupaliparda.com
"তহঁতে অতিথিক আপ্যায়নটো কৰিব জানিবিয়ে; নহ'লেনো ইমানবোৰ অতিথিৰ পদধূলা তহঁতৰ মজিয়াত পৰেনে?"-হেংদাং For Sale | Rupaliparda.com
"হেংদাং For Sale"; যোৱা শনিবাৰে ২ বজাত হোৱা দৰ্শনীটোত উপস্থিত হৈছিলো ৰূপালীপৰ্দাৰ ফালৰ পৰা মই ৰীমা দত্ত। ডিজিটেল নাটকখনৰ প্ৰথমটো দৰ্শনীত উপস্থিত হৈছিল