rupaliparda.com
সান্নিধ্য ভূঞা আৰু নিখিল জ্যোতি শৰ্মাৰ যুঁটিৰে এইবাৰ "নিশা নিশা" ৰ জনপ্ৰিয়তাঃ | Rupaliparda.com
সান্নিধ্য ভূঞা আৰু নিখিল জ্যোতি শৰ্মাৰ লগতে একাংশ নৱপ্ৰজন্মৰ যুঁটীয়া প্ৰচেষ্টাৰে শেহতীয়াকৈ মুক্তি লাভ কৰা এটি গীতে পুনৰ বাৰ জনসাধাৰণৰ পৰা লাভ কৰিছে সমাদৰ।