rupaliparda.com
"ৰুক্সানা" ৰ প্ৰেমত এইবাৰ কমল লোচনঃ | Rupaliparda.com
নতুন ৰূপত আকৌ এবাৰ কমল লোচনৰ নতুন প্ৰেম "ৰুক্সানা"। আহিবলগীয়া এটি গীতেৰে আকৌ এবাৰ জনসাধাৰণৰ মাজলৈ আহিবলৈ সাজু হৈছে নীল আকাশ, কমল লোচনৰ লগতে আন একাংশ