rupaliparda.com
কিছু সংগীত; কিছু প্ৰেমৰ ছাদৰেৰে অসমীয়া ছবি "ৰিয়াজ"- | Rupaliparda.com
সম্প্ৰতি পৰিস্থিতিয়ে পূৰ্বতকৈ কিছু ধনাত্মক বাৰ্তা কঢ়িওৱা পৰিলক্ষিত হৈছে। অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনেও হয়টো কিছু পৰিমাণে নতুনত্বৰ উপভোগ কৰিবলৈ সক্ষমথ হৈছে।