rupaliparda.com
"মোৰ এই গীতটিক তেওঁলোকে ইমান সুন্দৰকৈ আঁকোৱালি লৈছে, সঁহাৰি জনাইছে"- ডেইজী দাস | Rupaliparda.com
শেহতীয়াকৈ জনপ্ৰিয় হৈ পৰা একাংশ অসমীয়া গীতৰ ভিতৰত এটি গীত হৈছে "মই তোৰ হ'ব খুজিম"; গীতটি বহুল ৰূপত ভাইৰেল হৈছিল চচিয়েল মিডিয়াত প্লেটফৰ্ম সমূহতো। গীতটিৰ আঁৰৰ