rupaliparda.com
পৰিণীতা | Rupaliparda.com
যোৱা ৪ মাৰ্চৰ পৰা ৰং চেনেলত সন্ধিয়া ৮ বজাত কল্পজ্যোতি দাসৰ পৰিচালনাৰে প্ৰচাৰিত হৈ আহিছে এখন ধাৰাবাহিক, "পৰিণীতা"। এটি সুন্দৰ প্ৰেম কাহিনীৰে আৰম্ভ ধাৰাবাহিক