rupaliparda.com
"ক'তেনো নিঁয়ৰ সৰে" ৰ সৈতে দেৱৰাজ বৰাঃ এইবাৰ লগত উপাসনা প্ৰিয়ম- | Rupaliparda.com
কন্ঠশিল্পী দেৱৰাজ বৰাৰ আন এক নতুন সৃষ্টিয়ে অতি সোনকালে টোকৰ মাৰিব আপোনাৰ দুৱাৰত। "ক'তেনো নিঁয়ৰ সৰে" শীৰ্ষক এটি গীতৰ সৈতে শ্ৰোতা-দৰ্শকৰ কাষ চাপিবলৈ সাজু হৈছে