rupaliparda.com
"আমাৰ ছবিৰ দৃশ্যগ্ৰহণ হোৱাৰ কিছুদিনৰ আগলৈকে বাঘজানৰ ক্ষতিগ্ৰস্থ ৰাইজে তাতে আশ্ৰয় লৈ আছিল- জয়ছেং জয় দহোতীয়া | Rupaliparda.com
আমি অৰ্থাৎ অসমীয়া চলচিত্ৰ প্ৰেমী দৰ্শক সকলে প্ৰায়ে একোটা নতুন বিষয়বস্তুৰ প্ৰতি আকৰ্ষিত হওঁ। আৰু, যেতিয়া একোটা বিষয় আমাৰ আৱেগৰ সৈতে জড়িত হৈ থাকে তেতিয়া সেই