rupaliparda.com
"আহিবলগীয়া সময়ত সংগীতৰ লগতে অভিনয়ৰ ক্ষেত্ৰতো মোৰ যাত্ৰা অব্যাহত থাকিব"- পিংকল প্ৰত্যুষ | Rupaliparda.com
অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখন তেনেই চহকী; নৱপ্ৰজন্মৰ অন্তৰ্ভূক্তিয়ে এই ক্ষেত্ৰখনক আৰু অধিক মনোগ্ৰাহী কৰি তুলিছে। এই ক্ষেত্ৰখনৰ কেৱল মাত্ৰ এটা বিভাগতেই নহয়;